কাৰ্য আৰু শক্তি | অধ্যায় ১১ | Lesson\Chapter 11 | Class 9 General Science Question and Answer Assam | Class 9 General Science Suggestion | Class 9 General Science Notes | Class 9 General Science SEBA Question and Answer Assam | Assam Education Board Question and Answer | নৱম শ্ৰেণী বিজ্ঞান প্ৰশ্ন আৰু সহায়িকা । নৱম শ্ৰেণী বিজ্ঞান সহায়িকা ।

 অধ্যায়ঃ ১১

কাৰ্য আৰু শক্তি 

২) কেতিয়া আমি কাৰ্য সম্পাদন হোৱা বুলি কওঁ?

উত্তৰঃ কাৰ্য সম্পাদনৰ বাবে দুটা চৰ্ত পূৰণ হ’ব লাগিব।

(i) বস্ত্ত এটাত বল নোহোৱা হ’ব লাগিব আৰু

(ii) বস্ত্তটোৰ সৰণ হ’ব লাগিব।

অৰ্থাৎ, সম্পাদিত কাৰ্য =বল ×সৰণ

৬) বস্ত্ত এটাৰ গতিশক্তি বুলিলে কি বুজা?
উত্তৰঃ গতিশীল বস্ত্ত এটাত নিহিত থকা শক্তিক আমি বস্ত্তটোৰ গতিশক্তি বুলি কঁও।অৰ্থাৎ গতিৰ বাবে কোনো বস্ত্তৱে লাভ কৰা শক্তিকে গতিশক্তি বোলে।বস্ত্ত এটাৰ গতিশক্তি আৰু দ্ৰুতিৰ সৈতে বৃদ্ধি হয়।




অনুশীলনী
1. তলত দিয়া তালিকাৰ কাৰ্যকলাপবোৰলৈ মন কৰা।কাৰ্য ৰাখিটোৰ ওপৰত তোমাৰ ব্যুৎপত্তিৰ আধাৰত কাৰ্য সম্পন্ন হোৱা বা নোহোৱা সন্দৰ্ভত সুক্তি প্ৰদৰ্শন কৰা।
. সোমাই পুখুৰীত সাঁতুৰি আছে।
উত্তৰঃ কাৰ্য সম্পাদন হোৱা বুজাইছে কাৰণ বল প্ৰয়োগৰ ফলত স্থানৰ পৰিৱৰ্তন হৈছে।

∙ গাধ এটাই বোজা কঢ়িয়াই আছে।
উত্তৰঃ কাৰ্য সম্পাদন হৈছে কাৰণ বল প্ৰয়োগৰ ফলত সৰণ হৈছে।

∙ বায়ুকল এটাই কুঁৱাৰ পানী তুলি আছে।
উত্তৰঃ ইয়াত ও বল প্ৰয়োগৰ ফলত স্থানৰ পৰিৱ্তন হৈছে, গতিকে কাৰ্য সম্পাদন হৈছে।

∙ সেউজীয়া গছএডালে সালোক সংশ্লেষণ প্ৰক্ৰিয়া চলাই আছে।
উত্তৰঃ কাৰ্য সম্পাদন হোৱা নাই কাৰণ ইয়াত সৰণ হোৱা নাই ।
                                          
Q. No 1
∙ ইঞ্জিন এটাই ট্ৰেইন এখন টানি আছে।
উত্তৰঃ কাৰ্য সম্পাদন হৈছে কাৰণ ইয়াত বল প্ৰয়োগৰ ফলত ট্ৰেইন খনৰ সৰণ হৈছে।

∙ সূৰ্য্যৰ তাপত শস্য শুকাই আছে।
উত্তৰঃ কাৰ্য সম্পাদন হোৱা নাই কাৰণ ইয়াত কোনো ধৰণৰ সৰণ হোৱা নাই । 

. বায়ু শক্তিৰে পালনাও এখন গৈ আছে।
উত্তৰঃ কাৰ্য সম্পাদন হৈছে কাৰণ ইয়াত সৰণ হৈছে।



3. বেটাৰী এটাই বাল্ব এটা জ্বলালে।প্ৰক্ৰিয়াটোৰ সৈতে জড়িত হৈ খকা শক্তিৰ ৰূপান্তবোৰৰ বৰ্ণনা দিয়া।
উত্তৰঃ শক্তি সদায় এটা শক্তিৰ পৰা আন এচালৈ ৰূপান্তৰ হয়।ইয়াত যেতিয়া বেটাৰী এটা বাল্বৰ লগত সংযোগ কৰা হ’ল তেতিয়া আধানৰ গতিশক্তি প্ৰথমে বিদ্যুত শক্তিলৈ ৰূপান্তৰ হয়।আৰু পিছত তাপ শক্তিলৈ ৰূপান্তৰ হয় আৰু বাল্বটো জ্বলি উঠে।





6. মুক্তভাৱে অধোগামী বস্ত্তৰ স্থিতিশক্তি ক্ৰমান্বয়ে হ্ৰাস পায়।ই শক্তিৰ সংৰক্ষণ স৭ত্ৰ কৰেনে? কিয়?
উত্তৰঃ শক্তি সংৰক্ষণ স৭ত্ৰ ভঙ্গ নকৰে।কাৰণ বস্ত্তৰ মুক্ত অধোগমনৰ কালত পথৰ যিকোনো বিন্দুত বস্ত্তৰ স্থিতিশক্তি যি পৰিমাণে কমে সেই একে পৰিমাণে তাৰ গতিশক্তি বাঢ়ে।এইদৰে এই প্ৰক্ৰিয়াত মাধ্যাকৰ্ষিক স্থিতিশক্তি অবিৰতভাৱে শতিশক্তিলৈ পৰিৱৰ্তিত হৈছে।



8. তুমি প্ৰকাণ্ড শিল এটা সৰ্বশক্তিৰে ঠেলাৰ প্ৰচেষ্টা চলাই হ’লে শক্তিৰ কিবা ৰূপান্তৰ ঘটিবনে? তুমি ব্যয় কৰা শক্তিখিনি ক’লৈ গ’ল?
উত্তৰঃ কাৰ্য কৰিব পৰা সামৰ্থক শক্তি বোলা হয়।যিহেতু বল প্ৰয়োগৰ ফলতও প্ৰকাণ্ড শিলটোৰ কনো ধৰণৰ লৰ চৰ হোৱা নাই গতিকে ইয়াত কাৰ্য সম্পাদন হোৱা।কাৰ্য সম্পাদন হোৱা নাই কাৰণে ইয়াত শক্তিৰ ৰূপান্তৰ ও হোৱা নাই।






11. পৃথিৱীৰ চাৰিওফালে ঘূৰি থকা উপগ্ৰহ এটাত মাধ্যাকৰ্ষণিক বলে কিমান কাৰ্য সম্পন্ন কৰে? তোমাৰ উত্তৰ যুক্তিৰে প্ৰতিপন্ন কৰা।
উত্তৰঃ আমি জানো যে , কাৰ্য সম্পাদন শূন্য হয় যেতিয়া বল প্ৰয়োগৰ দিশ সৰণৰ ওপৰত লম্বভাৱে হয়।যেতিয়া উপগ্ৰহ এটা পৃথিৱীৰ চাৰিওফালে ঘূৰে তেতিয়া মাধ্যাকৰ্ষণিক বলৰ দিশ লম্বভাৱে উপগ্ৰহৰ সৰণত পৰে।গতিকে মাধ্যাকৰ্ষণিক বলে সম্পন্ন কৰা কাৰ্যৰ মান শূণ্যৰ সমান হয়।

12. বস্ত্তৰ ওপৰত বল প্ৰয়োগ নোহোৱাকৈ তাৰ সৰণ হ’ব পাৰেনে? চিন্তা কৰা।তদুপৰি প্ৰশ্নটোৰ বিষয়ে বন্ধু-বান্ধৱ আৰু শিক্ষকৰ সৈতে আলোচনা কৰা।
উত্তৰঃ সৰণ হ’ব পাৰে, যেতিয়া বস্ত্ত এটা সুষম গতিত গতি কৰি থাকে।
            ধৰা হ’ল, বস্ত্ত এটা অবিৰত হাৰত গতি কৰি আছে যেনেঃ পেণ্ডুলামৰ গতি, ইয়াত কোনো বাহ্যিক বল প্ৰয়োগ হোৱা নাই কিন্ত্ত নিৰ্দিষ্ট সময়ৰ লগে লগে দোলন বা পেণ্ডুলাম  টোৱে নিৰ্দিষ্ট দূৰত্ব অতিক্ৰম কৰিব।

13. মানুহ এজনে মূৰত এমুঠা খেৰ লৈ আধাঘন্টা সময় ৰৈ থআকি ভাগৰ অনুভৱ কৰিলে।তেওঁ কিবা কাৰ্য কৰিলেনে? তোমাৰ উত্তৰ যুক্তিৰে প্ৰতিপন্ন কৰা।
উত্তৰঃ কাৰ্য সম্পাদনৰ বাবে দুটা চৰ্ত পূৰণ হ’ব লাগিব।
(i) বস্ত্ত এটাত বল প্ৰয়োগ হ’ব লাগিব।
(ii) বস্ত্তটোৰ সৰণ হ’ব লাগিব।
ওপৰৰ প্ৰশ্নটো (i) চৰ্তটো পূৰ্ণ হৈছে কাৰণ মাধ্যাকৰ্ষণিক বলৰ প্ৰয়োগ হৈ আছে কিন্ত্ত (ii) চৰ্ত পূৰ্ণ হোৱা নাই কাৰণ মানুহজন স্থিৰ হৈ আছে সৰণ হোৱা নাই।গতিকে্ ইয়াত কাৰ্য সম্পাদন হোৱা নাই।





15. দোলক এটাৰ পিণ্ডটো এফাললৈ টানি তাক দুলিবলৈ এৰি দিলে সংঘটিত হোৱা শক্তিৰ ৰূপান্তৰবোৰ আলোচনাৰ যোগেদি শক্তিৰ সংৰক্ষণৰ সুত্ৰৰ বাখ্যা কৰা।পিণ্ডটো অৱশেষত স্থিতিশীল অৱস্থাপ্ৰাপ্ত কিয় হয়? অৱশেষত ইয়াৰ শক্তিখিনিৰ কি হয়? ই শক্তিৰ সংৰক্ষণ সুত্ৰ ভঙ্গ কৰে নেকি?
উত্তৰঃ যেতিয়া দোলক টো টানি অনা হয় তেতিয়া তাত শক্তি স্থিতিশক্তি ৰূপে সঞ্চিত হয়।আৰু যেতিয়া টানি আনি এৰি দিয়া হয় তেতিয়া সেই সঞ্চিত স্থিতিশক্তি গতিশক্তিলৈ ৰূপান্তৰ হয়।যেতিয়া গতিশক্তি ক্ৰমাত বাঢ়ি যায় তেতিয়া স্থিতশক্তি কমি আহে।এই প্ৰক্ৰিয়াত শক্তি সংৰক্ষণৰ সূত্ৰ ভংঙ্গ নহয় কাৰণ স্থিতিশক্তি গতিশক্তিলৈ ৰূপান্তৰ হয়।দোলকটো এটা সময়ত স্থিতিশীল হোৱাৰ কাৰণ হৈছে বায়ুৰ ঘৰ্ষণ।বায়ুৰ ঘৰ্ণনে দোলকৰ গতিত বাধা প্ৰদান কৰে আৰু ই এটা সময়ত স্থিৰ হৈ পৰে।


উত্তৰঃ উক্ত প্ৰশ্নটো
A.ইয়াত প্ৰয়োগ হোৱা বল ঊৰ্ধমুখী মানে উলম্বভাৱে বলে ক্ৰিয়া কৰিছে।কিন্ত্ত সৰণ উলম্ব দিশত হোৱা নাই,গতিকে কাৰ্যৰ পৰিমাণ শূন্য,০ ।
B.ইয়াত বল প্ৰয়োগৰ দিশত বস্ত্তটোৰ সৰণ হৈছে গতিকে বস্ত্তটোৰ ওপৰ কৰা কাৰ্য ধনাত্মক।
C. ইয়াত বল প্ৰয়োগৰ বিপৰীত দিশত বস্ত্তটোৰ সৰণ হৈছে।গতিকে বস্ত্তটোৰ ওপৰত কৰা কাৰ্য ঋণাত্মক হ’ব।





21. মুক্তভাৱে অধোগামী বস্ত্তবোৰ অৱশেষত ভূমিত উপনীত হৈ ৰৈ যায়।ইহঁতৰ গতি শক্তিৰ কি দশা হ’ব।
উত্তৰঃ মুক্তভাৱে অধোগামী বস্ত্তবোৰৰ গতিশক্তি বোৰ ভূমিত উপনীত হ’লে ই শব্দশক্তি, তাপশক্তি আৰু কিছু পৰিমাণে স্থিতি শক্তিলৈ ৰূপান্তৰ হয়।

Previous Post Next Post