নৱম শ্ৰেণীৰ বিজ্ঞান অধ্যায় 3 | অণু আৰু পৰমাণু | Class 9 Science Assamese medium question answer

 অনু আৰু পৰমাণু

প্ৰশ্নাৱলী

1. বিক্ৰিয়া এটাত 5.3g ছডিয়াম কাৰ্বনেটে 6g ইথানয়িক এছিডৰ সৈতে বিক্ৰিয়া কৰিছিল । উৎপাদিত দ্ৰব্যবোৰ আছিল 2.2g কাৰ্বন ডাই অক্সাইড, 0.9g পানী আৰু 8.2g ছ’ডিয়াম ইথানয়েট। দেখুওৱা যে ফলাফলবোৰৰ ভৰৰ নিত্যতা সূত্ৰ অনুযায়ী হৈছে।

ছ’ডিয়াম কাৰ্বনেট + ইথানয়িক এছিড → ছ’ডিয়াম ইথনয়েট + কাৰ্বন ডাই অক্সাইড + পানী

উত্তৰঃ

2. হাইড্ৰ’জেন আৰু অক্সিজেন 1 : 8 ভৰৰ অনুপাতত লগ লাগি পানী উপন্ন কৰে । 3G হাইড্ৰ’জেনৰ সৈতে সম্পৰ্ণকৈ বিক্ৰিয়া কৰিবলৈ কিমান ভৰৰ অক্সি’জেনৰ প্ৰয়োজন হ’ব ?

উত্তৰঃ

3. ডেল্টনৰ পৰমাণুবাদৰ কোনটো স্বীকাৰ্য্য ভৰৰ নিত্যতা সূত্ৰৰ ফল?

উত্তৰঃ

4. ডেল্টনৰ পৰমাণুবাদৰ কোনটো স্বীকাৰ্যই স্থিৰানুপাত সূত্ৰটো ব্যাখ্যা কৰিব পাৰে?

উত্তৰঃ

প্ৰশ্নাৱলী

1. পৰমাণৱিক ভৰ এককৰ সংঞ্জা দিয়া।

উত্তৰঃ

2. খালী চকুৰে পৰমাণু এটা দেখা সম্ভৱ নহয় কিয়?

উত্তৰঃ

প্ৰশ্নৱলী

1. সংকেত লিখা

(i) ছ’ডিয়াম অক্সাইড

(ii) এলুমিনিয়াম ক্ল’ৰাইড

(iii) ছ’ডিয়াম ছালফাইড

(iv) মেগনেছিয়াম হাইড্ৰ’ক্সাইড

2. তলৰ সংকেতবোৰে বুজোৱা যৌগবোৰৰ নাম লিখাঃ

3. ৰাসায়নিক সংকেত পদটোৰ দ্বাৰা কি বুজোৱা হৈছে?

উত্তৰঃ

প্ৰশ্নাৱলী

প্ৰশ্নাৱলী

1. এক ম’ল কাৰ্বন পৰমাণুৰ ভৰ 12 গ্ৰাম হ’লে 1 টা কাৰ্বন পৰমাণুৰ ভৰ (গ্ৰামত) কিমান হ’ব

2. 100 গ্ৰাম ছ’ডিয়াম বা 100 গ্ৰাম আইৰণৰ কোনটোত পৰমাণুৰ সংখ্যা বেছি থাকিব?

(দিয়া আছে, Na ৰ পাৰমাণৱিক ভৰ = 23u, Fe = 56u)

অনুশীলনী

1. অক্সিজেন আৰু ব’ৰণে গঠিত যৌগৰ নমুনা এটাৰ 0.24g বিশ্লেষণ কৰাত 0.096g ব’ৰণ আৰু 0.144g অক্সিজেন পোৱা গেছিল। ভৰ হিচাপত যৌগটোৰ শতকৰা সংযুতি গণনা কৰা।

উত্তৰঃ

2. 3.0g কাৰ্বন 8.00g অক্সিজেনৰে সৈতে দহন কৰাত 11.g কাৰ্বন ডাইঅক্সইড উৎপন্ন হ’ল। 3.00g কাৰ্বন 50.00g অক্সিজেনত দহন কৰিলে গঠন হোৱা কাৰ্বন ডাই অক্সাইডৰ ভৰ কিমান হ’ব? ৰাসায়নিক সংযোগৰ কোনটো বিধি তোমাৰ উত্তৰৰ ক্ষেত্ৰত প্ৰযোজ্য হ’ব?

উত্তৰঃ

3. বহুপাৰমাণৱিক আয়নবোৰ কি? উদাহৰণ দিয়া।

উত্তৰঃ

4. তলত দিয়াবোৰৰ ৰাসায়নিক সংকেত লিখা।

(a) মেগনেছিয়াম ক্ল’ৰাইড

(b) কেলছিয়াম অক্সাইড

(c) কপাৰ নাইট্ৰেট

(d) এলুমিনিয়াম ক্ল’ৰাইড

(e) কেলছিয়াম কাৰ্ব’নেট

5. তলৰ যৌগবোৰত থকা মৌলবোৰৰ নাম দিয়াঃ

(a) পোৰা চুন (Quick Lime)

(b) হাইড্ৰ’জেন ব্ৰ’মাইড

(c) বেকিং পাউডাৰ

(d) পটেছিয়াম ছালফাট

6. তলৰ পদাৰ্থবোৰৰ ম’লাৰ ভৰ গণনা কৰা।

7. ভৰ কিমান

(a) 1 ম’ল নাইট্ৰ’জেন পৰমাণুৰ?

(b) 4 ম’ল এলুমিনিয়াম পৰমাণু (এলুমিনিয়ামৰ পাৰমাণৱিক ভৰ = 27)ৰ?

8. ম’ললৈ পৰিবৰ্তন কৰাঃ

(a) 12g অক্সিজেন গেছ

(b) 20g পানী।

(c) 22g কাৰ্বন ডাইঅক্সাইড।

9. ভৰ কিমান?

(a) 0.2 ম’ল অক্সিজেন পৰমাণুৰ?

(b) 0.5 ম’ল পানী অণুৰ?


أحدث أقدم